Akakhor Nila Bure is Sung by Zubeen Garg & Prachi Kashyap. Lyrics is also written by Dicang Moon and music is also composed by Anuraag Pallav.This video song is officially uploaded in Dhwani Records youtube channel . Akakhor Nila Bure song lyrics. Akakhor Nila Bure Zubeen Garg & Prachi Kashyap. Akakhor Nila Bure Lyrics in english. Akakhor Nila Bure Dhwani Records. Akakhor Nila Bure Lyrics Assamese Song.
![]() |
Akakhor Nila Bure Lyrics >> Zubeen Garg & Prachi Kashyap | Assamese Song |
Akakhor Nila Bure Song Credits :
Akakhor Nila Bure Lyrics
আকাশৰ নীলা বোৰে সাগৰৰ ঢৌ চুমে
বতাহৰ দিশে দিশে অনুৰাগ উৰি ফুৰে
বিচাৰি সুবিশাল এটি মন
মোৰ সাতোৰঙীন তুমি ৰামধেনু
মন আকাশতে তুমি থাকা হেঙুল হৈ
দিলা মৰম বুকু উপচায়
আজীৱন তোমাৰ হ'বলৈ
দিলা পোহৰ, এন্ধাৰ আতৰাই
জোনাকী পখি হ'বলৈ
কোন থাকিব হৈ অলকানন্দা
হিয়াত জিলিকাই থৈ বালিচন্দা
মোৰ সাতোৰঙীন তুমি ৰামধেনু
মন আকাশতে তুমি থাকা হেঙুল হৈ
তোমাৰ হাঁহিৰে ফুলিব মেঘৰঞ্জনী
তোমাৰ দুচকুত জ্বলিব আকাশ তৰালী
মাথোঁ তুমি মোৰ হৈ ৰোৱা
এবাৰ মোৰ বুলি কৈ চোৱা
ফাগুনে আনিব আশাৰ পছোৱা
বানে ভাঙিব দুখৰ জপনা
মোৰ সাতোৰঙীন তুমি ৰামধেনু
মন আকাশতে তুমি থাকা হেঙুল হৈ
আকাশৰ নীলা বোৰে সাগৰৰ ঢৌ চুমে
বতাহৰ দিশে দিশে অনুৰাগ উৰি ফুৰে
This is the end of Akakhor Nila Bure Song lyrics. If you find any mistakes in the lyrics please let us know through contact us. I have loved lyrics. Don't forget to comment down the favourite Part/line of this song. Do share this lyrics to your close one.
Akakhor Nila Bure Song Video
Thank You.....! Visit Again...
0 Comments
Please Tell Us
Emoji