Halodhiya Boroxun is Sung by Kongkona Borah. Lyrics is also written by Amitava Phookan and music is composed by Anjan Phukan. This video song is officially uploaded in Dhwani Records youtube channel. Halodhiya Boroxun song lyrics. Halodhiya Boroxun Kongkona Borah. Halodhiya Boroxun Lyrics in english. Halodhiya Boroxun Dhwani Records. Halodhiya Boroxun Lyrics Assamese Song.
![]() |
Halodhiya Boroxun Lyrics >> Kongkona Borah | Assamese Song |
Halodhiya Boroxun Song Credits :
Halodhiya Boroxun Lyrics
বৰষুণ, বৰষুণ, বৰষুণ, বৰষুণ,
ৰ'দ সনা দুপৰীয়া আঁৰতে থৈ বৰষুণ,
হালধীয়া বৰষুণ।
ৰৈ যোৱা ৰৈ যোৱা এবাৰ ঘূৰি চোৱা,
আলসুৱা বৃষ্টি প্ৰেমৰ সৃষ্টি,
মোৰ ভালপোৱা ৰামধেনু।
জোনাকেও বিচাৰে সংগ তোমাৰ,
জোনাকেও বিচাৰে সংগ তোমাৰ,
পলাশৰ ৰক্তিম আভা,
সপোনৰ কৃষ্ণচূড়া।
ৰৈ যোৱা ৰৈ যোৱা, এবাৰ ঘূৰি চোৱা,
হালধীয়া বৰষুণ, হালধীয়া বৰষুণ ।
বৰষুণ, বৰষুণ, বৰষুণ, বৰষুণ,
ৰ'দ সনা দুপৰীয়া আঁৰতে থৈ বৰষুণ,
হালধীয়া বৰষুণ।
মেঘ বোৰো ৰৈছে কোলাহল কৰি,
মেঘ বোৰো ৰৈছে কোলাহল কৰি,
বৈছে বৰদৈচিলা গোলাপৰে পোৱা।
বৰষুণ বৰষুণ বুকুতে ৰুই দিলা,
এডালি সোণাৰু প্ৰজাপতিৰ মেলা,
চকুত সুখৰ আঁকিলা সপোন,
হালধীয়া বৰষুণ ।
বৰষুণ, বৰষুণ, বৰষুণ, বৰষুণ,
ৰ'দ সনা দুপৰীয়া আঁৰতে থৈ বৰষুণ,
হালধীয়া বৰষুণ।
This is the end of Halodhiya Boroxun Song lyrics. If you find any mistakes in the lyrics please let us know through contact us. I have loved lyrics. Don't forget to comment down the favourite Part/line of this song. Do share this lyrics to your close one.
Halodhiya Boroxun Song Video
Thank You.....! Visit Again...
0 Comments
Please Tell Us
Emoji