Holei Hol Aru is Sung by Dibyajit Das and Papori Gogoi. Lyrics is written by Dibyajit Das and music is composed by Palash Gogoi.This video song is officially uploaded in AC MULTIMEDIA youtube channel . Holei Hol Aru song lyrics. Holei Hol Aru Dibyajit Das and Papori Gogoi. Holei Hol Aru Lyrics in english. Holei Hol Aru AC MULTIMEDIA. Holei Hol Aru Lyrics Assamese Song.
![]() |
Holei Hol Aru Lyrics >> Dibyajit Das and Papori Gogoi | Assamese Song |
Holei Hol Aru Song Credits :
Holei Hol Aru Lyrics
ভীমকলৰ পচলা নাখাঁও বুলুতে
পালো মই পইতা ভাত
টাউনৰ কেইজনীক বেয়া বুলুতে
গাঁৱৰো একেই যাত
ঐ ভীমকলৰ পচলা নাখাঁও বুলুতেই
পালো মই পইতা ভাত
টাউনৰ কেইজনীক বেয়া বুলুতে
গাঁৱৰো একেই যাত
ঐ বগী ধুনীয়া দেখি মেলিছিলো হাত
পিছত সেইজনী ওলাল
দুটা ল'ৰাছোৱালীৰ মাক
পিছত সেইজনী ওলাল
দুটা পোৱালীৰ মাক
ঐ বগী বগী ছোৱালী নালাগে পিতাই
কলী মলী এজনী হ'লেই হ'ল আৰু
এম. এ পাছ বি. এ. পাছ নালাগে পিতাই
মেট্ৰিক ফেইল এজনী হ'লেই হ'ল আৰু
অ হাই মোৰ ঈশ্বৰ কৰিদে বিচাৰ
মিনতি কৰিছো
লাগে বোৱাৰী দেউতাকে ঐ
বিচাৰি মৰিছো
অই ফেচালৈও ফেচী থাকে ঈন্দ্ৰলৈ শচী
মোৰে বাৰু কতো কোনো
নোলাবই নেকি ঐ
মোলৈ বাৰু কতো কোনো নোলাবই নেকি
বগী বগী ছোৱালী নালাগে পিতাই
কলী মলী এজনী হ'লেই হ'ল আৰু
এম. এ পাছ বি. এ. পাছ নালাগে পিতাই
মেট্ৰিক ফেইল এজনী হ'লেই হ'ল আৰু
কৃষ্ণৰ বাঁহীৰ মিঠা মাত
ষোল্লশ গোপী তাতেই বাত
কিনো খাই জন্ম দিলি পিতাই
হলো কʼলা ভালুকৰ যাত
অʼ পিতাই শুনিছʼ নʼ
কথাটো মোৰ বুজিচʼ নʼ
অʼ পিতাই শুনিছʼ নʼ
এবাৰ ভাবি চাইছʼ নʼ
ঐ ককাইদেউ বৌক ৰাখিলে
ভিনিয়ে বাইদেৱে
মোৰ কথা নাভাবে
কিয়নো কোনেও
মোৰ কথা নাভাবে
কিয়নো কোনেও
বগী বগী ছোৱালী নালাগে পিতাই
কলী মলী এজনী হ'লেই হ'ল আৰু
এম. এ পাছ বি. এ. পাছ নালাগে পিতাই
মেট্ৰিক ফেইল এজনী হ'লেই হ'ল আৰু
This is the end of Holei Hol Aru Song lyrics. If you find any mistakes in the lyrics please let us know through contact us. I have loved lyrics. Don't forget to comment down the favourite Part/line of this song. Do share this lyrics to your close one.
Holei Hol Aru Song Video
Thank You.....! Visit Again...
0 Comments
Please Tell Us
Emoji